Confidence – অসমৰ শ্ৰেষ্ঠ শিক্ষামূলক এপ
Confidence হৈছে অসমৰ এক বিশ্বাসযোগ্য অনলাইন শিক্ষামূলক প্লেটফৰ্ম, যাক শিক্ষক, অভিভাৱক, বিদ্যালয়, কোচিং চেণ্টাৰ আৰু ছাত্ৰ-ছাত্ৰী সকলে ভৰসা কৰে।
আমি অভিজ্ঞ শিক্ষকসকলৰ জৰিয়তে উচ্চমানৰ অনলাইন ক্লাছ, সম্পূৰ্ণ Doubt Solution ডাউট সমাধান ব্যৱস্থা আৰু শ্ৰেণী Class IX ৰ পৰা class XII লৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে বিষয়ভিত্তিক আৰু লেকচাৰভিত্তিক প্ৰেকটিছৰ সুবিধা আগবঢ়াওঁ। পাঠ্যক্রম অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পৃথকে উপলব্ধ।
আমাৰ এপে Physics (পদাৰ্থবিজ্ঞান), Chemistry (ৰসায়নবিজ্ঞান), Biology (জীৱবিজ্ঞান), Mathematics (গণিত), Science (বিজ্ঞান), English (ইংৰাজী) আৰু Social Science (সমাজ বিজ্ঞান) বিষয়সমূহ সহজভাৱে বুজিবলৈ ভিডিঅ’ লেকচাৰ আৰু অনলাইন টিউটোৰিয়েলৰ সুবিধা দিয়ে।
Confidence বুজি পোৱ পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীক আৰম্ভণিৰ পৰাই Competitive আৰু Entrance পৰীক্ষাৰ বাবে সাজু কৰে আৰু সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।
Confidence পৰিয়াললৈ আপোনাক স্বাগতম
আমি আগবঢ়াওঁ আকৰ্ষণীয় ভিডিঅ’ লেকচাৰ আৰু উচ্চমানৰ এনিমেটেড শিক্ষণ সামগ্ৰীৰ এক সুন্দৰ সংমিশ্ৰণ, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সহজে আৰু বুদ্ধিমত্তাৰে পঢ়াশোনা কৰিব পাৰে। আমাৰ লক্ষ্য হৈছে শক্তিশালী ভেটি গঢ়ি তোলা, যি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু জীৱনজুৰি সহায় কৰে।
আমি কি কি আগবঢ়াওঁ:
আকৰ্ষণীয় ভিডিঅ’ লেকচাৰ
পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্ন (PYQs)
সহজ ট্ৰিক আৰু টেকনিক
দৈনিক অনুশীলন প্ৰশ্ন (DPP)
হাতেৰে লিখা নোট
MCQ প্ৰেকটিছ
School Project
কুইজ
প্ৰশ্ন বেংক
প্ৰেৰণাদায়ক ভিডিঅ’
শিক্ষামূলক পডকাষ্ট
একাডেমিক নোটিফিকেশ্যন
Integrated Course in Assamese language from Class 9 to class 12
বিষয়সমূহ
একাডেমিক:
গণিত
বিজ্ঞান
সমাজ বিজ্ঞান
পদাৰ্থবিজ্ঞান
ৰসায়নবিজ্ঞান
জীৱবিজ্ঞান
ইংৰাজি ব্যাকৰণ
ইংৰাজী
বিকল্প ইংৰাজী
প্ৰতিযোগিতামূলক পৰীক্ষা:
NEET
JEE
CEE
CUET
BSc Nursing
D.Pharm
JNV
Ajmal Foundation Entrance
Sainik School Entrance
School Project and Study materials in Assamese medium
শ্ৰেণীসমূহ:
শ্ৰেণী IX, X, XI, XII
NEET আৰু JEE প্ৰস্তুতি
ব’ৰ্ডসমূহ:
SEBA
CBSE
AHSEC
ASSEB
মাধ্যম:
অসমীয়া
ইংৰাজী
ৰাজ্য:
অসম